“কিণ্ডাৰগাৰ্টেন”ৰ প্ৰতিস্থাপক আছিল?
“শিক্ষা আহৰণৰ কৰা বয়স” বুলি কোনটো স্তৰক কোৱা হয়?
বিকাশ প্ৰক্ৰিয়াটো?
শিশুৱে প্ৰহাৰ কৰা, ধ্বংস কৰা, দৈহিক ভাৱে শুদ্ধ কৰা, কামোৰা, লঠিওৱা আদি আচৰণসমূহ হ’ল?
“Schooling Age” বুলি কোনটো স্তৰক কোৱা হয়?
বিখ্যাত ফৰাচী গ্ৰন্থ “এমিল”ৰ লেখক কোন আছিল?
মনোবিদ ৰাইবাৰ্ণৰ মতে বিকাশৰ স্তৰ হ’ল –?
বিকাশৰ দুটা প্ৰধান উপাদান হ’ল?
নাৰ্চাৰী স্কুলৰ প্ৰতিস্থাপক কোন আছিল?
মনোবিদ ফ্ৰয়েদৰ মতে শিশুৰ যৌন অনুভূতিৰ উপায় হৈছে?