শিশুৱে বিদ্যালয় এৰাৰ প্ৰধান কাৰণ হ'ল -
শিশুৰ বিকাশত সহায়ক হোৱাকৈ শিক্ষকে কেনে ভুমিকা পালন কৰিব?
এখন বিদ্যালয়ত 54 জন ছাত্ৰ-ছাত্ৰী থাকিলে কেইজন শিক্ষকৰ আৱশ্যক হব -
সৃষ্টিশীল ৰচনা কেৱল সেইসকল শিশুৰ বাবে, যিসকলে -
গৃহকাৰ্য দিয়াটো প্ৰয়োজনীয়? কাৰণ
শ্ৰেণীকোঠাত নিৰ্দিষ্ট বিষয়ৰ প্ৰতি আগ্ৰাহাম্বিত আৰু উদ্বুদ্ধ কৰিবলৈ কেনেদৰে কৌশল অৱলম্বন কৰিব?
কৰ্মৰ মাজেৰে শিক্ষা - এই পদ্ধতিটো কোনে উদ্ভাৱন কৰিছিল?
শিশুৱে মনযোগেৰে পাঠ অধ্যয়ন কৰিব পৰা নাই। কাৰণ -
শিশুৰ সাৰ্বিক বিকাশৰ বাবে কোনটো প্ৰয়োজনীয়?
Vygotsky ৰ মতবাদ অনুসৰি শিশুৰ বিকাশৰ কাৰক -