বৰ্তমানলৈকে উদ্ধাৰ হোৱা তামৰ শিলালিপিসমূহৰ ভিতৰত সবাতোকৈ প্ৰাচীন শিলালিপিখন হ'ল -
শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰ্টো হ'ল -
Identify the complex sentense -
নিৰ্মলপ্ৰভা বৰদলৈ কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল?
শিক্ষাৰ মান বৃদ্ধিৰ ক্ষেত্ৰত আৱশ্যকীয় পদক্ষেপ হ'ল -
Due to ________ rainfall this year, the had to _______ cut in water supply.
শিশুৱে কোনো বস্তুৰ সংবেদন পোৱাটো নিৰ্ভৰ কৰে -
এজন ক্ৰিকেটাৰে 6খন খেলত দখল কৰা উইকেটৰ সংখ্যা ক্ৰমে 1, 4, 4, 0, 3 আৰু 6 হ'লে, তেওঁ এখন খেলত গড়ে কেইটা উইকেট দখল কৰিছিল?
এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ 5 চেঃমিঃ হ'লে ত্ৰিভুজটোৰ উন্নতিৰ দৈৰ্ঘ হব
A. \(2\sqrt3\over3\) চেঃমিঃ B. \(4\sqrt3\over3\) চেঃমিঃ C. \(5\sqrt3\over2\)চেঃমিঃ D. \(5\sqrt3\over3\) চেঃমিঃ
মাটিৰ তলৰ খনিজ ইন্ধন গঠন হয় -