“A study of Kamrupi: A Dialect of Assamese” গ্ৰন্থখনৰ প্ৰণেতা হ’ল –
মধ্য-ভাৰতীয় আৰ্যভাষাৰ প্ৰধান স্তৰ কেইটা?
“বৰগীত কোনে নামকৰণ কৰিছিল?
অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা?
মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন কি?
চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?
তলৰ কোনটো উক্তি শুদ্ধ?
প্ৰাকৃত ভাষাত আঞ্চলিক ৰূপ কেইটা
“ব্ৰাহুই” ভাষাটো কোনটো ভাষা পৰিয়ালৰ?
“Assamese: It’s Formation and Development” গ্ৰন্থখনৰ প্ৰণেতা হ’ল –