______ চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল।
শাক-পাচলিত ____ পানী থাকে।
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ _______ৰ সহায়ত জোখা হয়।
____ ভিটামিনৰ অভাৱ হ'লে বেৰিবেৰি ৰোগ হয়।
ৰাজিনি গ্ৰাব্ৰা ______ জনগোষ্ঠীৰ লোকসকলে পালন কৰা এটি উৎসৱ।
ৰিগু ৰিজামফাই _____ জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা এবিধ সাজপাৰৰ নাম।
____ ভিটামিনৰ অভাৱ হ'লে কুকুৰীকণা ৰোগ হয়।
পৰিৱেশৰ ভাৰসম্যতাৰ বাবে এটা অঞ্চলৰ ____ শতাংশ বনাঞ্চল থকাৰ প্ৰয়োজন।
বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়?
এগেগাছৰ ________ জনগোষ্ঠীৰ লোকসককলে ব্যৱহাৰ কৰা এবিধ সাজ-পাৰৰ নাম।