বৰষুণ হোৱাত ______এ সহায় কৰে ।
ভুমিস্খলনৰ প্ৰধান কাৰণ হ'ল -
"চৰাইৰ পুচ্চই উৰি থকাৰ সময়ত ৰাডাৰৰ দৰে কাম কৰে।" ইয়াৰ পৰা আমি জানিব পাৰো যে চৰাইৰ নেজ -
সেউজীয়া ৰং-বিহীন উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে কাৰণ -
আঙুৰ _______ শ্ৰেণীত পৰে।
দিন-ৰাতি হোৱাৰ কাৰণ -
আমাৰ বায়ুমণ্ডলত বিভিন্ন গেছ, জলীয় বাষ্পৰ উপৰিও ______ থাকে।
জৈৱ সাৰ _______ৰ পৰা প্ৰস্তুত কৰা হয় ।
বসন্তকালত সাধাৰণতে _____ হয়।
গ্ৰীষ্ম কালত পৃথিৱী _______ ।