তলৰ কোনটো উক্তি অশুদ্ধ?
মধ্য-ভাৰতীয় আৰ্যভাষাৰ প্ৰধান স্তৰ কেইটা?
চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?
পাঠ্যপুথি হ’ল –
খীষষ্টান মেছনেৰীসকলে উলিওৱা অসমীয়া আলোচনী খনৰ নাম কি ?
মাধৱদেৱৰ জন্ম হৈছিল?
তলৰ কোনটো উক্তি শুদ্ধ?
মাধৱ কণ্ডলিৰ ৰামায়ণৰ কেইটা খণ্ড মাধৱ কণ্ডলিৰ ৰচিত হিচপে পোৱা যায় ?
“A study of Kamrupi: A Dialect of Assamese” গ্ৰন্থখনৰ প্ৰণেতা হ’ল –
সংস্কৃত নাটকত সংস্কৃতৰ উপৰিও কি ভাষা ব্যৱহাৰ হৈছিল?