\(4X^4+3X^3+6X^2+5\) ৰাশিটোৰ ঘাত হব?
50-60 শ্ৰেণীটোৰ নিম্নসীমা ____।
(X+4) ক (X+6) ৰে পূৰণ কৰিলে পূৰণফল হ'ব?
A. \(X^2+24X+10\) B. \(X^2+24X+24\) C. \(X^2+10X+24\) D. \(X^2+10X+10\)
এটা শংকুৰ হেলনীয়া অংশৰ দৈৰ্য 5 একক, উচ্চতা 4 একক আৰু ঘুৰণীয়া তলৰ ব্যাসাৰ্ধ 3 একক হ'লে, শংকুটোৰ আয়তন হব ______ ।
তলৰ কোনকেইটা পদ সদৃশ ৰাশিৰ?
A. \(7X^2YZ, 4X^2YZ, X^2YZ\)
B. 7X, 7Y, 7Z
C. 4XYZ, 4YZ, 4ZX
D. \(6X^2YZ, 4XY^2Z, 2XYZ^2\)
এটা গোলকৰ ব্যাসাৰ্ধ 4 একক হ'লে গোলকটোৰ পৃষ্ঠকালি হব ____ বৰ্গ একক।
এটা বিন্দুৰ স্থানাংক যদি (1, 0) হয়, তেন্তে বিন্দুটো _____
এটা আয়ত ক্ষেত্ৰৰ দীঘল বাহু এটাৰ দৈৰ্ঘ 10 একক আৰু ছুটি বাহু এটাৰ দৈৰ্ঘ 4 একক হ'লে আয়ত ক্ষেত্ৰটোৰ পৰিসীমা?
N বাহু বিশিষ্ট এটা বহুভুজ ক্ষেত্ৰৰ বহিঃকোনৰ সমষ্টি ___ ।
এটা সামান্তৰিকৰ ক্ষেত্ৰত -