এজন মানুহে দক্ষিণৰ দিশত 7 কিঃমিঃ যোৱাৰ পিছত 3 কিঃমি পুৱলৈ গ'ল; তাৰ পিছত মান্যহজনে 3 কিঃমিঃ উত্তৰলৈ গতি কৰিলে। প্ৰকৃততে মানুহজনে আদি স্থানৰ পৰা কিমান দুৰৈত ৰ'ল হৈ?
10 ছেঃমিঃ পৰিসীমা বিশিষ্ট বৰ্গ এটাৰ বাহুৰ কিমান
এটা ৰম্বাচৰ কৰ্ণ দুডালৰ দৈৰ্ঘ ক্ৰমে 16 ছেঃমিঃ 14 ছেঃমিঃ; ৰম্বাছটোৰ কালি কিমান হ'ব?
এটা বৰ্গৰ এডাল কৰ্ণৰ ফৈৰ্গ \(12\sqrt2\) ছেঃমিঃ হ'লে, বৰ্গটোৰ বাহু বোৰৰ দৈৰ্ঘ হ'ব?
এটি সুষম বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব যদিহে প্ৰত্যেকটো বহিঃস্থ কোনৰ মাপ 45° হয়?
এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ 12 ছেঃমিঃ হ'লে ত্ৰিভুজটোৰ কালি হব?
A \(36\sqrt3\) ছেঃমিঃ B \(12\sqrt3\) ছেঃমিঃ C \(24\sqrt3\) ছেঃমিঃ D \(48\sqrt3\) ছেঃমিঃ
আয়তক্ষেত্ৰ এটাৰ দীঘ, প্ৰস্থ দুগুণ বৃদ্ধি কৰিল, ইয়াৰ কালি কিমান বৃদ্ধি পাব?
এটা সমকোণী ত্ৰিবুজৰ কৰ্ণৰ দৈৰ্ঘ কিমান হব যদিহে আন দুটা বাহুৰ মাপ 5 ছেঃমিঃ আৰু 12 ছেঃমি হয়?
এটা সমদ্বিবাহু ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ \(4\sqrt2\)ছেঃমিঃ হ'লে বাকি দুটা বাহুৰ দৈৰ্ঘ হ'ব?
এটি সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ 5 চেঃমিঃ হ'লে ত্ৰিবুজটোৰ উন্নতিৰ দৈৰ্ঘ কিমান হ'ব?
A. \({2\sqrt3\over3}\) চেঃমিঃ B. \({4\sqrt3\over2}\) চেঃমিঃC, \({6\sqrt3\over2}\) চেঃমিঃ D. \({5\sqrt3\over2}\)