বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল –
আধুনিক শিশু-কেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল –
পোন প্ৰথমতে প্ৰাক-প্ৰথমিক শিক্ষানুষ্ঠান স্থাপন হৈছি ব্ৰেকেনবাৰ্গ চহৰত –
নৱজাত শিশুৰ প্ৰতিটো ক্ৰিয়া আৰু আচৰণেই হ’ল –
দেশৰ দুখীয়া, পিছপৰা আৰু অনুন্নত শ্ৰেণীৰ শিশুৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি দেশৰ গ্ৰামাঞ্চলত স্থাপন স্কুলবিধ হ’ল –
লেটিন শব্দ “Persona” অৰ্থ হ’ল –
শৈশৱকালত শিশুৱে অত্যাধিক কল্পনাৰ গ্ৰাসত পৰাটো –
শিক্ষাৰ অধিকাৰ আইন ২০০৯খন ভাৰতত বলবৎ হৈছিল –
অসম প্ৰাথমিক শিক্ষাৰ আইন খন প্ৰণয়ন কৰা হৈছিল –