এক সৌৰবছৰ =?
মেট্ৰিক পদ্ধতিত জুলীয়া পদাৰ্থৰ পৰিমাণ জোখাৰ মৌলিক একক হ'ল _____।
এটি প্ৰবৃদ্ধ কোণৰ মাপ _______।
"০"ৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ________ ই।
যদি এটা গোলকৰ ব্যাসাৰ্ধ R হয় তেন্তে গোলকটোৰ আয়তন হব _____ একক।
A. \({4\over3}\pi R^2\) B. \({2\over3}\pi R^3\) C. \(3\pi R^3\) D. \({4\over3}\pi R^3\)
ৰোমান পদ্ধতিৰে লিখা XC=?
\({0.} \bar4\bar7\)=?
এটি এদিনীয়া শৃংখলাত কোহলীৰ ৰাণ সংখ্যা বোৰ আছিল - 17, 33, 60, 55, 15 কোহলীৰ ৰাণৰ মাধ্য কিমান হব?
এখন বিদ্যালয়ত 10 জন শিক্ষকৰ বয়সবোৰ হ'ল - 37, 34, 52, 45, 50, 41, 31, 40, 36 আৰু 55 তেওঁলোকৰ বয়সৰ মাধ্যমা কিমান হব?