\({521×5.1\over51}=?\)
\(3^5×6^9\) ত মৌলিক উৎপাদকৰ সংখ্যা কেইটা
1600 ৰ 10% ৰ \({1\over8} = ?\)
তলৰ কোনটো শুদ্ধ?
1500ৰ 3% = ? × 1000
\(7{1\over2}+3{1\over3}-4{1\over6}=?\)
A. \(1{1\over2}\) B. \(2{1\over6}\) C. \(6{2\over3}\) D. \(1{1\over6}\)
20টা কমলাৰ দাম 150 টকা হ’লে আধা ডজন কমলাৰ দাম?
0.000056 ক বৈজ্ঞানিক পদ্ধতিত লিখিলে হ'ব?
A. \(5.6×10^5\) B. \(5.6×10^-5\) C. \(5.6×10^4\) D. \(5.6×10^-4\)
\(1\over5-2\sqrt6\)ৰ হৰক পৰিমেয়কৰণ কৰি পোৱা সংখ্যাটো হ'ব?
A. \(5+2\sqrt6\) B. \(1\over 5+2\sqrt6\) C. \(5-2\sqrt6\) D. \(1\over3\sqrt6\)