অসমীয়া ভাষাত লিংগ কেইপ্ৰকাৰৰ?
দাৰি আৰু কমা যতি চিহ্ন উদ্ধৃতিৰ ক’ত ব্যৱহাৰ হয়?
অসমীয়া ভাষাত বন্ধনী কেইপ্ৰকাৰৰ?
কোনো কথাত সন্দেহ থাকিলে বাক্যত কি যতিচিন ব্যৱহাৰ হয়?
“মানুহে লয়লাসে আৰু সতেজভাৱে তেওঁৰ মাতৃভাষাৰ অবিহনে ভাৱিব নোৱাৰে।” – এই কথাষাৰ _____য়ে কৈছিল?
প্ৰতক্ষ্য উক্তিত থকা “ইয়াত” শব্দটো পৰোক্ষ উক্তিত কিদৰে ব্যৱহাৰ হয়(যদি ৰূপ সলনি নহয়)
অহৰ্নিশ শব্দৰ অৰ্থ –
যি সমাসত সমাস হোৱা শব্দটোৱে পদকেইটাৰ একো অৰ্থ নুবুজাই আন এটা অৰ্থ বিশেষক বুজায়, তাকে ____ সমাস বোলে।
ভাৱৰ সৈতে কিহৰ সম্পৰ্ক আছে
ডব্লিউ. এম. ৰায়বাৰ্ণৰ মতে, “মাতৃভাষা একাধাৰে সজুলি, আনন্দ, সুখ আৰু ____ ৰ উৎস।