এটা গোলকৰ ব্যাস 10 ছেঃমিঃ হ'লে গোলকটোৰ পৃষ্ঠ কালি কিমান হব?
এটা গোলকৰ ব্যাসাৰ্ধ 5 ছেঃমিঃ হ'লে গোলকটোৰ আয়তন কিমান হব?
2, 4 আৰু 6ৰ লঃসাঃগুঃ কিমান
3X+4Y=11 আৰু X+3Y=7 এই সমীকৰণ দুটাৰ সমাধান হব
এটা ট্ৰলিৰ লিখা দাম আছিল 4000টকা, দোকানীয়ে ট্ৰলিটো 3200টকা বিক্ৰি কৰিলে। দোকানীজনে গ্ৰাহকক কিমান শতাংশ ৰেহাই দিলে?
\(X^3+7X^2+13X+6 ক X^2+5X+3 \)ৰে হৰণ কৰিলে হৰণফল হ'ব?
n বাহু বিশিষ্ট এটা বহুভুজৰ ক্ষেত্ৰত বহিঃ কোণৰ মাপৰ সমষ্টি
এটা গিলাচত গাখীৰ আৰু পানীৰ অনুপাৰ 5ঃ2। সেই গিলাচটোত যদি বিশুদ্ধ গাখীৰৰ পৰিমাণ 150 মিঃলিঃ হয়, তেন্তে তাত মুঠ গাখীৰৰ পৰিমাণ কিমান হব।
এযোৰ পূৰক কোণৰ যোগফলৰ আধা?
দুডাল সমান্তৰাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে, উৎপন্ন হোৱা অনুৰূপ কোণবোৰৰ মাপ